AC (Annual Crops land) to PP Conversion Process (BTR)
আবেদন দাখিল:
Concerned Circle Office বা Revenue Office-ত আবেদন কৰিব লাগে।
Conversion মানে হৈছে —
AC (Allotment Certificate) থকা জমিখনক PP (Periodic Patta) লৈ পৰিবৰ্তন কৰা বা ভূমিৰ অধিকাৰৰ ধৰণ সলনি কৰা।
যিটো জমি আপোনাৰ হাতত Allotment Certificate (AC) হিচাপে আছে — অৰ্থাৎ, এটা অস্থায়ী স্বত্ব (চৰকাৰে নিদিষ্ট সময়ৰ বাবে দিয়া জমি), সেইটো স্থায়ী পট্টা (PP) লৈ সলনি কৰা হৈছে।
Form for AC to PP conversion পূৰণ কৰিব লাগে।
প্ৰয়োজনীয় নথি-পত্ৰ:
- Allotment Certificate (AC)
- আবেদনকাৰীৰ নাগৰিকতাৰ প্ৰমাণ (PAN/Aadhaar/Voter ID)
- Jamabandi Copy (if available)
- NOC (if required)
- Affidavit (some districts require)
ভূমি পৰীক্ষা (Field Verification):
Lot Mandal/Surveyor জমি পৰীক্ষা কৰে আৰু ৰিপ’ৰ্ট প্ৰস্তুত কৰে।
Recommendation:
Circle Officer, Land Advisory Board আৰু SDO বা ADC Approval লয়।
Final Approval:
DC Office বা Land Revenue Department ৰ পৰা Periodic Patta (PP) ইস্যু হয়।
Education Purposes:-
AC → Annual Crops land: ভূমি বিভাগত AC জমি বুলি কোৱা হয় যি বছৰি-চাষৰ বাবে দিয়া হয় কিন্তু স্থায়ী পট্টা নহয়। এইবোৰক **Periodic Patta (PP)**লৈ ৰূপান্তৰ কৰিবলৈ AC to PP আবেদন হয়।Allotment Certificate হৈছে এটা সম্পূৰ্ণ ভিন্ন নথি — যি মাটিৰ বন্দোবস্তৰ সময়তে প্ৰমাণ হিচাপে দিয়া হয়। কিন্তু “AC” শব্দটো তাৰ পৰা আহে নাই।